জীৱন জিন্দাবাদ

 আজিৰ ছাত্ৰ নেতা কালিলৈ দেশৰ নেতা । এজন ভাল নেতাৰ ওপৰতহে দেশৰ ভৱিষ্যত সম্পূৰ্ণ ৰূপে নিৰ্ভৰ কৰে । গতিকে নেতৃত্বৰ শিক্ষা দিয়াটো বৰ্তমান দিনত অতি প্ৰয়োজনীয় হৈ পৰিছে । আমি ও ওলাই আহিছোঁ অকণমান নেতৃত্ব দিবৰ বাবে🙂,,, এতিয়াৰে পৰা সকলো ছাত্ৰ নেতাক সমাজৰ মধ্যস্থ পৰ্যায়ৰ নেতৃত্ব হাতত লবৰ বাবে দিব  লাগে । 


সমাজৰ লোকসকলে যদি গণতন্ত্রক সফল কৰিব বিচাৰে তেতিয়া নিজৰ দায়িত্ব পালনৰ হকে প্ৰশিক্ষণ প্ৰাপ্ত হবই লাগিব । নহলে গণতন্ত্র সফল হ'ব নোৱাৰে । 

                ✊✊জয় আই অসম✊✊

Comments

Popular posts from this blog

AASU ৰ এক বৃহৎ প্ৰতিবাদী কাৰ্য সূচী

মাধৱদেৱ বিশ্ব বিদ্যালয়ৰ প্ৰাংগণত প্ৰতিবাদী কাৰ্যসূচী ABVP ৰ